Breaking News

মাজদিয়া মা কামাখ্যা মন্দিৰ প্ৰাংগণত দুদিনীয়া ভাবে আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত দেৱী মা কামাখ্যাৰ মাৰৈ পূজা।


 ডিজিটেল সংবাদ, তামুলপুৰ:
মাজদিয়া মা কামাখ্যা মন্দিৰ  প্ৰাংগণত দুদিনীয়া ভাবে আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত দেৱী মা কামাখ্যাৰ মাৰৈ পূজা। তামুলপুৰ জিলাৰ অন্তৰ্গত মাজদিয়া মা কামাখ্যা মন্দিৰ  প্ৰাংগণত দুদিনীয়া ভাবে আয়োজন কৰা হৈছে ঐতিহ্যমণ্ডিত দেৱী মা কামাখ্যাৰ মাৰৈ পূজা। যোৱা কালিৰ পৰা মাজদিয়া মা কামাখ্যা মন্দিৰ ত আয়োজন কৰা হৈছে এই পূজা অৰ্চনা ।।।ৰাতিপুৱা পৰিবেশ নিকাকৰণ ৰ পৰা আদি কৰি বিভিন্ন খেল ধেমালি আৰু আয়তীৰ দিহা নাম ,আধুনিক নৃত্য আদি সংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়। পূজা পৰিচালনা সমিতিৰ পৰা পৰিবেশ নিকাকৰণ কৰি মা কামাখ্যা ৰ দাৰ উন্মোচন কৰে ।উন্মোচনক হিচাপে উপস্থিত থাকে শ্ৰীযুত ৰবেন ৰাভা ,সম্পাদক তামূলপুৰ জিলা ট্ৰেইবেল সংঘ ।সন্ধিয়া প্ৰায় 100 টি চাকি জ্বলাই বন্তি প্ৰজ্বলন কৰা হয়।।সন্ধিয়া আধুনিক নৃত্য প্ৰদৰ্শনৰ মঞ্চ উদ্বোধন কৰে UPPL ৰ সভাপতি, গৈবাৰী সমষ্টিৰ ।আজি সন্ধিয়া নলবাৰীৰ দেৱ শংকৰ ৰ গীতৰ শৰাই এ অনুষ্ঠান সমৰিণী পৰিব।।।সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে।।।

No comments