Breaking News

বিশ্বত দুৰ্বল হৈ পৰিছে গণতন্ত্ৰ


ডিজিটেল ডেস্ক..
ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অব্ ডেম'ক্ৰেচি এণ্ড ইলেক্টৰেল এছিছটেন্সৰ প্ৰতিবেদন গণতান্ত্রিক দেশৰ আধাসংখ্যক লোকক প্রয়োজন হৈছে শক্তিশালী নেতাৰ..বিশ্বত দুৰ্বল হৈ পৰিছে গণতন্ত্ৰ,বিভিন্ন দেশত গণতন্ত্ৰ দুৰ্বল হৈ পৰাৰ ভৰসা ক্রমাৎ হ্রাস পাইছে।  এই দেশবোৰত ৰাজনৈতিক মেৰুকৰণৰ  ফলত গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ প্ৰতি জনসাধাৰণৰ জালিয়াতি হৈছে..ইৰানত হিজাব- ডেম'ক্ৰেচি এণ্ড ইলেক্ট্রবেল এছিছটেন্দ্ৰৰ পৰিবৰ্তন দেখা পোৱা গৈছে।  ভাৰত, ব্ৰাজিল, ফ্রান্স আৰু ব্ৰিটেইনো সমানতা দ্রুতগতিত বৃদ্ধি পাইছে। বিশ্বৰ বাৰ্ষিক প্ৰতিবেদনত  চলিত বছৰত ভাৰত, আমেৰিকা আৰু ব্রাজিলৰ দৰে দেশত এনেধৰণৰ কিছুমান ঘটনা ঘটিল, যাক গণতন্ত্ৰ আশা কৰিব নোৱাৰি। কষ্টাৰিকাৰ প্ৰাক্তন ৰাজনীতিক আৰু বৰ্তমান উক্ত প্ৰতিষ্ঠানৰ সচিব প্ৰধান দেশৰ ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰাৰ পাছত এই প্রতিবেদনখন প্ৰস্তুত কৰা হৈছে। বিৰোধী আন্দোলন দমন কৰাৰ প্ৰচেষ্টা, লকডাউনৰ বিৰুদ্ধে চীনত জনসাধাৰণ পথলৈ ওলাই অহা, আমেৰিকাত ডনাল্ড টাম্পৰ কাৰ্যকলাপ, হাংগেৰী আৰু ব্রাজিল নিৰ্বাচনৰ পাছত শাসনত থকাসকলে পদ এৰিবলৈ নিবিচৰা, চলিত বছৰত বিশ্বৰ প্ৰায় অংশত গণতন্ত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল। ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্রেইনে এক সুকীয়া উদাহৰণ দাঙি ধৰিলে।এটা সাক্ষাৎকাৰত ইউক্রেইনৰ ৰাষ্ট্ৰ পতি ভলডি মি জেলেনস্কিয়ে এই বুলি সতৰ্ক কৰি দিয়ে যে "যদি তেওঁলোকে আমাক নিঃশেষ কৰি দিয়ে তেতিয়া তোমালোকৰ আকাশত জিলিকি থকা গণতন্ত্রও ধুৱলী-কুঁৱলী হৈ পৰিব। ষ্টকহমস্থিত ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অব্দেশবোৰত বাস কৰা লোকসকলে এতিয়া এজন শক্তিশালী নেতা বিচাৰে। অগণতান্ত্রিক দেশত চৰকাৰ এতিয়া অধিক তেওঁলোকৰ মতে, এজন শক্তিশালী নেতাই দমনকাৰী হৈ পৰিছে। প্ৰতিবেদনখনত উন্নয়ন আৰু আত্মগৌৰৱ উভয়ৰ কাৰণে উল্লেখ কৰা অনুসৰি আমেৰিকা আৰু উত্তম। ২০০৯ চনত বিশ্বৰ মাত্ৰ ৩৮% লোকেহে অধিক শক্তিশালী নেতা দেশৰ আধাতকৈ অধিক লোকে অর্থাৎ ৫২% লোকে এজন অধিক শক্তিশালী নেতাই তেওঁলোকৰ দেশৰ শাসনৰ বাঘজৰী হাতত তুলি লোৱাৰ পোষকতা কৰে।অধিক বিশ্ব ক্তিশালী। তান্ত্রিক ৰাশিৰ অভাব, দাম বৃদ্ধি, বিদ্যুতৰ মাচুল তাতো ৰাখিবলৈ বিচৰা দেশত জনসাধাৰণ এতিয়া বৃদ্ধিৰ দৰে সমস্যাত কোঙা হৈ পৰিবলৈ লৈছে। গণতান্ত্রিক দেশসমূহত জনসাধাৰণে সম্মুখীন হোৱা সমস্যাৰ বাবে দেশৰ চৰকাৰকে জগৰীয়া কৰিছে।


No comments