Breaking News

চৰাইদেউৰ চুকাফাৰ মৈদামস্থলীত অসম দিৱস পালন


ডিজিটেল সংবাদ, সোণাৰিঃ
 চৰাইদেউৰ চুকাফাৰ মৈদামস্থলীত অসম দিৱস পালন আহোম ৰাজত্বৰ প্ৰথম ৰাজধানী ঐতিহাসিক চৰাইদেউত অৱস্থিত স্বৰ্গদেউ চাওলুং চুকাফাৰ মৈদামস্থলীত আজি অসম দিৱস পালন কৰা হয়। এই উপলক্ষে আজি পুৱা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, অসম জাতীয় পৰিষদৰ সভাপতি লোৰিণজ্যোতি গগৈ, আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাকে আদি কৰি বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত হৈ স্বৰ্গদেউ চুকাফাৰ মৈদামত বন্তি প্ৰজ্বলন কৰি আহোম ৰীতি নীতি মতে তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। 


No comments