Breaking News

দেৰগাঁৱৰ নেঘেৰিটিংত মেগা স্বাস্থ্য মেলা ।


ডিজিটেল সংবাদ, দেৰগাঁও:
দেৰগাঁও মহকুমা স্বাস্থ্য খণ্ডৰ উদ্যোগত নেঘেৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হয় এই মেগা স্বাস্থ্য মেলা শিবিৰ ।মহকুমা স্বাস্থ্য খণ্ডৰ অন্তৰ্গত সমুহ চিকিৎসালয়ৰ কৰ্মী সকলে এই বিনামূলীয়া স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰে।মেগা স্বাস্থ্য মেলা শিবিৰত কাকডোঙা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সকলো কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়াই।সকলো বিভাগৰ চিকিসৎক উপস্থিত থকা এই মেগা স্বাস্থ্য শিবিৰত বিভিন্ন স্থানৰ বহুতো পুৰুষ,মহিলা শিশু সকলে স্বাস্থ্য পৰীক্ষা কৰাই।

No comments