Breaking News

৪.১লাখ কোটি টকাৰ বৃদ্ধি আদানিৰ সম্পত্তি



ডিজিটেল ডেস্ক:
৪.১লাখ কোটি টকাৰ বৃদ্ধি আদানিৰ  সম্পত্তি ।চলিত বৰ্ষত ৪.১ লাখ কোটি টকাৰ সম্পদ বৃদ্ধি পাইছে.. ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি গৌতম আদানি..ইয়াৰ বিপৰীতে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ সম্পদৰ পৰিমাণ ৪৫.৪ শতাংশ হ্ৰাসৰে ১২.২৪ লাখ কোটি টকা হৈছে ।এইবছৰত এলন মাস্কে হেৰুৱাইছে ১০.১৭লাখ কোটি টকা.. ব্লুমবাৰ্গ  বিলিয়নেয়াৰ ইনডেক্সৰ তথ্য অনুসৰি যোৱা মঙ্গলবাৰে এলন মাস্কৰ সম্পতিৰ পৰিমান ১৪৮ বিলিয়ন ডলাৰ ১২.২৪ লাখ কোটি টকা দুটা বছৰৰ ভিতৰৰ মাস্কৰ সম্পত্তিৰ পৰিমাণ এইয়াই সৰ্বনিম্ন ।মূলতঃ টেছলা প্ৰতিষ্ঠানটোৰ মূল্যৰ ফলতে এলন মাস্কৰ সম্পত্তিৰ পৰিমাণো এনেদৰে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে অলপতে এলন মাস্কক অতিক্ৰমী বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছিল ফ্ৰান্সৰ ৰ্বাণাড আনন্ট এলন মাস্কৰ আদানিৰ সৈতে তেওঁৰ ব্যৱধান মাত্ৰ ২১বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে..

No comments