Breaking News

দেৰগাঁৱত পৰিভ্ৰমী চৰাই উদ্ধাৰ।


ডিজিটেল সংবাদ, দেৰগাঁওঃ
 দেৰগাঁৱত পৰিভ্ৰমী চৰাই উদ্ধাৰ।দেৰগাঁও নগৰৰ মাজমজিয়াত যোৱাকালি উদ্ধাৰ হয় এটা বিৰল প্ৰজাতিৰ পৰিভ্ৰমি চৰাই।দেৰগাঁৱৰ মিঠুন ঘোষৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত উৰি আহি ৰৈ এই পৰিভ্ৰমী চৰাইটো।আজি দেৰগাঁৱৰ বনবিভাগৰ লোকক এই পৰিভ্ৰমী চৰাইটোৰ বিষয়ে খবৰ দিয়ে সচেতন যুৱকজনে। বিভাগৰ লোকে উক্ত পৰিভ্ৰমী চৰাইটো ব্ৰহ্মপুত্ৰ অঞ্চলৰ বিলৰ পাৰত এৰি দিবলৈ লৈ যায়।পৰিভ্ৰমী এই চৰাইটোৰ নাম হয়কলি ইংৰাজী নাম ( Swamp francolin brid )প্ৰজাতিৰ বুলি বিভাগৰ লোকে জানিবলৈ দিছে।

No comments