Breaking News

কাজিৰঙাৰ ৰাজপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷


ডিজিটেল সংবাদ, কাজিৰঙা:
 নিশা ১০ মান বজাত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় স্থানীয় দুজন যুৱক৷ তথ্য অনুসৰি,কাজিৰঙাৰ বচাগাঁও নামঘৰৰ সন্মুখৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 05R 7088 নম্বৰৰ মটৰচাইকেলত থকা দুই যুৱকক AS06BC 3471 নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়ে ৷ ফলত, ঘটনাস্থলীতে নিহত হয় দুয়োজন৷ ইয়াৰে এজন কহঁৰাৰ পিলখানাৰ এজন অমিয় দাস, আনজন যুৱক প্ৰিয়ম বৰদলৈ বুলি চিনাক্ত কৰা হৈছে।

No comments