Breaking News

সোণাৰিৰ ভজোত দদায়েকৰ দা ঘাপত ভটিজা আহত ।

 


ডিজিটেল সংবাদ, সোণাৰি:  বিপিন বৰুৱা আৰু তেওঁৰ দুই পুত্ৰৰে মিলি কৃষ্ণ কমল বৰুৱা নামৰ যুৱক জনক দাৰে আক্ৰমণ কৰে । মুৰত কেইটাও ঘাপ পৰা যুৱক জনক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় । দদায়েকৰ এটা গৰু ভতিজাকে পিটাৰ বাবে দদায়েক আৰু দদায়েকৰ দুই পুত্ৰই ঘটনা সংঘটিত হয়  

No comments