Breaking News

লক্ষীমপুৰ জিলাৰ চুতীয়াকাৰিত পথ দুৰ্ঘটনা

 


ডিজিটেল সংবাদ,লক্ষীমপুৰ :
 লক্ষীমপুৰ জিলাৰ চুতীয়াকাৰিত পথ দুৰ্ঘটনা ট্ৰেক্টৰ চালকৰ  দৌৰাত্মৰ বলি কলেজীয়া ছাত্ৰী পোৱা মহাবিদ্যালয়লৈ যোৱা পথত তিব্ৰ বেগি ট্ৰেক্টৰ চালকে প্ৰান ললে লখিমপুৰ বালিকা  মহাবিদ্যালয়ৰ পঞ্চম   ষান্মাষিকৰ ছাত্ৰী দুলুমনি সোনোৱালৰ.

No comments