Breaking News

চলিত বৰ্ষত ৰাজ্যত ৬,৩০৮টা পথ দুৰ্ঘটনাত ২,৬৯১ জনৰ মৃত্যু হৈছে গতিকে পথ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা ডি জি পিৰ ......

                                                                    


ডিজিটেল ডেস্ক: চলিত বৰ্ষত ৰাজ্যত ৬,৩০৮টা পথ দুৰ্ঘটনাত ২,৬৯১ জনৰ মৃত্যু হৈছে গতিকে পথ সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা  গ্ৰহণ কৰাৰ ঘোষণা ডি জি পিৰ ...পথ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা আৰু পথ দুৰ্ঘটনা সংঘটিত কৰাসকলৰ বিৰুদ্ধে আৰক্ষীসহ সংশ্লিষ্ট বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে বিগত বৰ্ষত ৰাজ্যখনৰ বিভিন্ন প্রান্তত ৭,৩৭০ টা আৰু চলিত বৰ্ষৰ বৰ্তমানলৈ ৬,৩০৮ টা পথ দুর্ঘটনা সংঘটিত হৈছে। ২০২১ বৰ্ষত ৩,০৯১ জন লোকৰ আৰু ২০২২ চনত ২,৬৯১ জন লোকৰ এখন জিলাত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা হ্রাস পাইছে যদিও আন জিলাসমূহত এই সংখ্যা ক্ষণত বিভিন্ন প্ৰান্তত বনভোজ খাবলৈ সঞ্চালক প্রধানগৰাকীয়ে আৰু কয় গ্ৰহণ কৰা সময়ত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায়। এইক্ষেত্ৰত পথৰ গাঁথনিগত  অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে বুলি মত প্ৰকাশ কৰি  কয় যে বিভিন্ন প্ৰান্তৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলত সংশ্লিষ্ট বিভাগে নিৰ্মাণ কৰা বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা সদৰী কৰে। প্রয়োজনীয় ফলকৰো ব্যৱস্থা নকৰাৰ ফলত ঠায়ে ঠায়ে দুর্ঘটনা বৃদ্ধি পাইছে। সেয়েহে পথ নির্মাণ বিভাগৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰ্তৃপক্ষৰ সৈতেও এই সন্দৰ্ভত আলোচনাসহ বিহিত ব্যৱস্থা গ্ৰহণৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। আনহাতে বনভোজ খাবলৈ যোৱাৰ ক্ষেত্ৰত লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই শীর্ষতম আৰক্ষী বিষয়াগৰাকীয়ে কয় নিয়া বাহনৰ চালকজনে কোনো কাৰণতে মাদক দ্রব্য গ্রহণ কৰিব নোৱাৰিব। মাদক দ্রব্য গ্রহণ কৰি তেনে বনভোজ যাত্ৰীৰ গোটটোৰ বিৰুদ্ধেও যে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ পোৱা বাইক ষ্টাণ্টৰ সন্দৰ্ভতো মন্তব্য সুৰক্ষাৰ ক্ষেত্ৰত এলানি কঠোৰ ব্যৱস্থা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্রাস্তুত সঞ্চালক প্রধানগৰাকীয়ে আগবঢ়োৱা তীব্ৰবেগত চলোৱা বাহন সমূহক নিৰীক্ষণৰ বক্তব্যত প্রসংগক্রমে শোণিতপুৰত হৈছে। যিহেতু পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে এই বাইক ষ্টাণ্ট কাণ্ডকো চিনাক্ত কৰা হৈছে, সেয়েহে ত্ৰাসৰ সৃষ্টি কৰা বাইক ষ্টান্টকাৰীসকলৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয়— 'দৌৰাত্ম্যৰ সৃষ্টি কৰা ডাম্পাৰসকলৰ বিৰোদ্ধেও ব্যবস্থা গ্রহণ কৰা হৈছে। ডাম্পাৰ চালকসকলৰ লগত এখন সভাৰ আয়োজন কৰি তেওঁলোকৰ পৰিচয়পত্র, ম'বাইল নম্বৰ সংগ্ৰহৰো ব্যৱস্থা কৰা হৈছে। পৰিবহণ বিভাগ আৰু আৰক্ষী বিভাগ পথ দুর্ঘটনা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সষ্টম হৈছে আৰু মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই। আৰক্ষী বিভাগৰ জৰিয়তে এই সন্দৰ্ভত বাৰ্তা প্ৰেৰণ কৰিছে। সকলোকে সাৱধানতা অৱলম্বন কৰি আমাক সহযোগিতা উপস্থিতিত আয়োজিত এই সংঘটিত মুঠ ১৭৪ টা পথ দুৰ্ঘটনাত ৯১ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ কথা সদৰী কৰে..   একাংশ আৰক্ষী বিষয়াৰ সংবাদ মেলৰ আয়োজন কৰি কঠোৰ হ'ব আৰক্ষী।   সংশ্লিষ্ট বিভাগে সময়ে সময়ে পথ আগবঢ়াই ভাস্কৰজ্যোতি মহন্তই কয় যে সংবাদমেলখনত অসম আৰক্ষী নিৰাপত্তা সপ্তাহৰ লগতে বনভোজৰ আনন্দৰ মাজত ব্যাপক হাৰত সংঘটিত দৃষ্টি ৰাখিব। সংশ্লিষ্ট বিভাগে ইতিমধ্যে হৈ অহা পথ দুর্ঘটনা সন্দৰ্ভত চিন্তা হ্রাস পায় যদিও বিভিন্ন কাৰণত পুনৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰা তেজপুৰ সদৰ থানাত চলিত বৰ্ষত প্ৰকট কৰি সংশ্লিষ্ট বিভাগে এইক্ষেত্ৰত গ্রহণ কৰা কঠোৰ ব্যৱস্থাৱলী সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ কয় যে উৎসৱৰ সময়ত পথ দুর্ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত অসম গ্ৰহণ কৰিছে। অধিকাংশ উদণ্ড যুৱকে চলোৱা লোকৰ বিৰুদ্ধে অধিক নহয়, বিভিন্ন প্রান্তত আয়োজিত বনভোজস্থলীতো আৰক্ষীয়ে চোকা ৰাজ্যৰ আঠখন জিলাক অতি দুর্ঘটনাপ্রবণ জিলা হিচাপে চিনাক্ত কৰিছে।জিলাসমূহ হ'ল শোণিতপুৰ, কামৰূপ,  ধুবুৰী তিনিচুকীয়া, ডিব্ৰুগড়,নগাঁও,আদি


No comments