Breaking News

দেশত বছৰি ১,৬৪,০৩৩ জনৰ আত্মহত্যা

                                                                    


ডিজিটেল ডেস্ক: ভাৰতত দৈনিক ১১৫ জন বেতনভুগি  আৰু ৬৩গৰাকী গৃহিণীৰ আত্মহত্যা ।দেশ জুৰি  আত্মহত্যাৰ পথ  বাছি লৈছে ১,৬৪,০৩৩ গৰাকী লোকে ।লোকসভাত এই তইথো সদৰি কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যা নন্দ ৰায়  এন চি আৰ বি ৰ  পৰিসংখ্যা উদ্ধতিৰে মন্ত্ৰী ৰয়ে  কয় যে যোৱা বছৰ দেশত ৪২,০০৪ গৰাকী বেতন ভুগি আৰু ২৩,১৭৯ গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছে দেশত ২০,২৩১ লোক ১৩,৭১৪ গৰাকী নিবনুৱা আৰু ১৩,০৮৯ গৰাকী  শিক্ষাৰ্থী ১২০৫৫ গৰাকী ব্যৱসায়ী  আৰু ১১,৪৩১ গৰাকী  ব্যক্তিগত খণ্ডত কৰ্মৰত লোকে আত্মহত্যাৰ পথ বাছি লৈছে... কৃষিখণ্ড ১০,৮৮১ গৰাকী ৫,৩১৮ কৃষক আৰু ৫,৫৬৩ শ্ৰমিকও আত্মহত্যাৰ পথ বাছি লৈছে বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে।

No comments