Breaking News

শিৱসাগৰৰ আমগুৰিত আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত বিধায়ক প্ৰদীপ হাজৰিকা


  ডিজিটেল সংবাদ, শিৱসাগৰঃ
শিৱসাগৰৰ আমগুৰিত আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত বিধায়ক প্ৰদীপ হাজৰিকা  হেপাহৰ ধান মুঠি চপোৱাত উঠিপৰি লাগিল ডাৱনী সকল  আঘোণৰ পথাৰত অসমসীয়াৰ অৰিহনাত প্ৰাণ পাই উঠা সোণগুটি চপোৱাত ব্যস্ত বিধায়ক প্ৰদীপ হাজৰিকা । শিৱসাগৰৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা এতিয়া পথাৰত ডাৱনী সৈতে ব্যস্ত সোণগুটি চপোৱাত । জাতিৰ পৰম্পৰাগত বৃত্তি কৃষি কৰ্ম সম্পাদনৰ পিছতেই হেপাহৰ ধান মুঠি চপোৱাত উঠিপৰি লাগে ডাৱনী সকল । ইয়াৰ অংশস্বৰূপে কৃষি কৰ্মত বিশেষ ভাৱে জড়িত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা । পুৱাৰে পৰাই ডাৱনীৰ সৈতে সোণগুটি চপোৱাত ব্যস্ত হৈ পৰা দেখা গ'ল বিধায়ক গৰাকীক ।


No comments