Breaking News

আৰক্ষীৰ এনকাউন্টাৰক লৈ সদনত যুক্তি-ৰ্তক ।



ডিজিটেল ডেস্ক: 
শনিবাৰে বিধানসভা মজিয়াত এক উত্তাল পৰিবেশৰ সৃষ্টি হয় ।চৰকাৰৰ তথ্য মিছা বুলি দাবী কৰি  একাংশ‌ বিধায়ক উত্তাল হৈ পৰে ফলত এক হুলস্হলীয়া পৰিবেশৰ সৃষ্টি হয় ।বিধায়ক ৰূপজ্যেতি কুৰ্মীয়ে বিৰোধীক চোৰ-ডকাইটৰ লগত তুলনা কৰে।কুৰ্মীৰ এনে মন্তব্যক অধিক উত্তাল হৈ পৰে পৰিস্থিতি ফলত এঘন্টাৰ বাবে স্থগিত ৰাখিবলগীয়া হয় সদন ।মন্ত্ৰী পিজুষ হাজৰিকা  বিৰোধীয়ে কিয় চোৰ ডকাইট বুলি কব প্ৰশ্ন কৰে।পুনৰ এঘন্টাৰ পিছত সদন আৰম্ভ হোৱাত অধক্ষ্য বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক কুৰ্মীক কয় যে তেওঁ  ব্যৱহাৰ কৰা শব্দ  অসংসদীয় ভৱিষ্যতে তেনে শব্দ প্ৰয়োগ নকৰিবলৈ কয়।

No comments