Breaking News

দেশৰ ষ্টাৰ্টআপ খণ্ডত চলিত বৰ্ষত ১৬ হেজাৰ চাকৰি কৰ্তন ।


  ডিজিটেল ডেস্ক: ষ্টাৰ্টআপ খণ্ডত প্ৰায় ১৬হেজাৰ কৰ্মচাৰীক চাকৰি পৰা কৰ্তন কৰা হৈছে ।কৰ্তন কৰা ৪৪টা প্ৰতিষ্ঠানৰ ভিতৰত ৫০শতাংশই শিক্ষা প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত ।বিশ্বত এই বছৰ ৯৩০টা প্ৰতিষ্ঠানে মুঠ ১,৪৬,৪০৭ গৰাকী কৰ্মচাৰীক কৰ্তন কৰে। ৱেৱছাইট লেঅফ্চৰ তথ্য অনুসৰি বিগত বৰ্ষত অধিক কৰ্মচাৰীক চাকৰিত নিযুক্তি দিয়াৰ বাবেই এইবাৰ বহুসংখ্যক কৰ্মচাৰীক কৰ্তন কৰিবলগীয়া হয় ।কিন্তু ২০২৩ চনৰ শেষলৈ ভাৰতত টি চি এচ ইনফছিছ উইপ্ৰ,এইচ এল আদি প্ৰতিষ্ঠানসমূহে ১.৫ লাখ নতুন চাকৰি সৃষ্টি কৰিব বুলি প্ৰকাশ কৰে 

No comments