Breaking News

নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পথত পুষ্প কুমাৰ দাহাল উৰফে প্ৰচণ্ড.


ডিজিটেল ডেস্ক:
নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হোৱাৰ পথত পুষ্প কুমাৰ দাহাল উৰফে প্ৰচণ্ড.. দেশখনৰ ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডৰীয়ে আটাইবোৰ দললৈ আহ্বান জনাই আজিৰ ভিতৰত চৰকাৰ গঠনৰ বাবে সিদ্ধান্ত লবলৈ সীমা জাৰী কৰিছিল ,নেতৃত্বাধীন মাওবাদী চেণ্টাৰ পাৰ্টিয়ে অন্য পাঁচটা দলৰ লগত মিত্ৰতাত আবদ্ধ হৈ চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লয়। আজি বিয়লি ৪বজাত তৃতীয় বাৰৰ বাবে প্ৰধান মন্ত্ৰী ৰূপে শপত লব প্ৰচণ্ডই ।চৰকাৰৰ সিদ্ধান্ত মৰ্মে প্ৰথম আঢ়ৈ বছৰ প্ৰধামন্ত্ৰী ৰূপে কাৰ্য্য নিৰ্বাহ কৰিব। তাৰ পাছত চি পি আই ইউ. এম .এল. দলে পৰৱৰ্তী চৰকাৰৰ দায়িত্ব লব । সেই মৰ্মে দলৰ প্ৰধান মন্ত্ৰী হব কে .পি .শৰ্মা .গুলি।।

No comments