Breaking News

বৰপেটা আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত ড্রাগছসহ উদ্ধাৰ কৰে দুই সৰবৰাহকাৰীক


ডিজিটেল সংবাদ বৰপেটা...বৰপেটা  আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত ড্রাগছসহ উদ্ধাৰ কৰে দুই সৰবৰাহকাৰীক। উদ্ধাৰ ১৯টা ড্রাগছ ভৰ্তি কণ্টেইনাৰ, নগদ ৫৩১০ টকা। পথৰ দাঁতিৰ  কাষৰ  মৈৰামাৰা আমতলত আছে দোকানখন কাপোৰৰ দোকানৰ পৰা  উদ্ধাৰ কৰে ড্রাগছ খিনি।কাপোৰ বিক্রীৰ সুযোগ লৈ  ড্রাগছ বিক্রী দুই সৰবৰাহকাৰীৰ.. ইতিমধ্যে কাপোৰৰ ব্যৱসায়ী ৰূপী ড্রাগছসহ সৰবৰাহকাৰীক গ্রেপ্তাৰ  কৰে আৰক্ষীয়ে। ধৃত  সৰবৰাহকাৰী ক্ৰমে-নাজিবুল মিঞা, আফাজ আলী

No comments