Breaking News

পুনৰ ৰাজ্যত সংঘটিত হৈছে মইনা নায়ক সদৃশ কাণ্ডৰ।


ডিজিটেল সংবাদ, নামৰূপ :
পুনৰ ৰাজ্যত সংঘটিত হৈছে মইনা নায়ক সদৃশ কাণ্ডৰ। এইবাৰ নামৰূপত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।  এটা শিলৰ কুৱেৰীৰ মেচিনত সোমাল তিনিগৰাকীকৈ মহিলা। পিংকু সিং নামৰ এজন ব্যক্তিৰ শিলৰ কুৱেৰীত মেচিনত সোমাল  অনিতা হৰিজন, ৰশ্মিতা তাঁতী আৰু সুনীতা তাঁতী নামৰ তিনিগৰাকী মহিলা। মহিলাকেইগৰাকীৰ অৱস্থা সংকটজনক বুলি জনা গৈছে। বৰ্তমান ডিব্ৰুগড়লৈ লৈ যোৱা হৈছে মহিলাকেইগৰাকীক

No comments