Breaking News

গুৱাহাটী মহানগৰীত নকল সোণৰ নাও জব্দ

 

ডিজিটেল সংবাদ,গুৱাহাটী'.... গুৱাহাটী মহানগৰীত নকল সোণৰ নাও জব্দ।পামহিৰ এটি বাসগৃহৰ ভাৰাতীয়াৰ ঘৰত অভিযান আৰক্ষীৰ। গড়চুক আৰক্ষীৰ অভিযানত জব্দ দুখন নকল সোণৰ নাও, মোবাইলসহ নগদ ধনৰ লগতে আৰক্ষীয়ে  গ্রেপ্তাৰ কৰে ৪ সৰবৰাহকাৰী, লখিমপুৰৰ পৰা বিহাৰলৈ সৰবৰাহৰ সময়তে জব্দ  কৰে নকল সোণখিনি।আৰক্ষীয়ে  গ্রেপ্তাৰ কৰা ৪ সৰবৰাহকাৰী ধৃত মহিদুল ইছলাম, আব্দুল মালিক, বাবুল হুছেইন, হেদৈ উল্লাহ



No comments