Breaking News

গোলাঘাটৰ 60 বছৰীয়া মহিলা নিৰুদ্দেশ। তিনিদিনে সন্ধান নাই মহিলগৰাকীৰ।



ডিজিটেল সংবাদ, নুমলীগড়: 
গোলাঘাট জিলাৰ মৰঙী মৌজাৰ এগৰকী মহিলা নিৰুদ্দেশ। গোলাঘাট জিলাৰ মৰঙী মৌজাৰ মাজুলী গাঁৱৰ এগৰাকী 60বছৰীয়া মহিলা নিৰুদ্দেশ হৈ আছে। যোৱা 3 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলগৰাকী। 3 জানুৱাৰীৰ পুৱা 4 মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে মাজুলীগাঁৱৰ গুণ বৰা নামৰ মহিলগৰাকী। পৰিয়ালৰ লোকে জনোৱা মতে মানসিক ভাৱে অসুস্থ আছিল মহিলগৰাকী। ইতিমধ্যেই মহিলগৰাকী নিৰুদ্দেশ হোৱাৰ বিষয়ে বগীজান আৰক্ষী জনাইছে। কোনো সদাসয় লোকে মহিলগৰাকীৰ সম্ভেদ পালে 8822969132 আৰু 60001413374 নম্বৰত জনাবলৈ অনুৰোধ জনাইছে।

No comments