Breaking News

ধুবুৰীৰ তিস্তাৰ পাৰত উত্তপ্ত পৰিস্থিতি ।


ডিজিটেল সংবাদ, ধুবুৰী: 
১৭১৩ নং তিস্তাৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ কৰবী সৰকাৰ নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয় বহু কণ কণ ছাত্ৰ-ছাত্ৰীক নিৰ্মম ভাৱে মাৰধৰ কৰাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক ৰাইজে আবদ্ধ কৰি ৰাখে উন্মাদ শিক্ষয়িত্ৰী গৰাকীক । ঘটনাস্থলীত উপস্থিত হৈ ধুবুৰীৰ ধৰ্মশালা আৰক্ষীয়ে উদ্ধাৰ কৰিব লগা হয় শিক্ষয়িত্ৰী গৰাকীক । দীৰ্ঘদিন ধৰি অনিয়মীয়া উপস্থিতিৰে বিদ্যালয়ত উপস্থিত হোৱাৰ পিছতো ব্যাৱস্থা নোলোৱাৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ বিৰূদ্ধে ।গুৰুত্বৰ ভাৱে আহত কেবাগৰাকীও ছাত্ৰ-ছাত্ৰী

No comments