Breaking News

দেৰগাঁৱৰ বালি দোৱা অঞ্চলত গাঁও বাসীৰ মাজত দেখা পোৱা গৈছে ভোগালী বিহুৰ আয়োজন

 


ডিজিটেল সংবাদ,দেৰগাঁও..ভোগালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী থকা সময়ত দেৰগাঁৱৰ বালি দোৱা অঞ্চলত গাঁও বাসীৰ মাজত দেখা পোৱা গৈছে ভোগালী বিহুৰ আয়োজন । নিমাৰ্ণ কৰি উলিয়াছে ভেলাঘৰ । মহিলা সকলে ভেলাঘৰতে আখলত পিঠা-পনা প্ৰস্তুত কৰা দেখা পোৱা গৈছে । ৰাতি ভাগটো গাঁও বাসীয়ে  ভেলাঘৰত ভোগালীক আদৰাৰ বাবে এনেদৰে নাচি বাগি আনন্দত মতলীয়া হৈ পৰিছে । 

No comments