Breaking News

পুনৰ বিশ্বই দেখিবলৈ পালে পাকিস্তানৰ অপকর্ম

 


ডিজিটেল ডেস্ক:পুনৰ বিশ্বই দেখিবলৈ পালে পাকিস্তানৰ অপকর্ম  সন্ত্রাসবাদৰ জৰিয়তে বিভিন্ন প্রান্তত পাকিস্তানে আতংক সৃষ্টি কৰাৰ সময়তে দেশখনত হিন্দু নির্যাতনৰ আন এক অপকর্ম বিশ্বই প্রত্যক্ষ কৰিলে । স্বদেশবেই এজন ছবি নির্মাতাই পৰ্দাত হিন্দু যুৱতীৰ ওপৰত চলা নির্যাতনৰ কাহিনী  নিৰ্মাণ কৰিছে । বিশ্ব চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ সম্মান কৰিছে । ' দা লুঞ্জিং ছাইড ' নামৰ পাকিস্তানী ছবি নির্মাতা ছবিখন নিৰ্মাণ কৰা হৈছে । এই আটাইকেইগৰাকী মুৱতীক অপহৰণ কৰি ধৰ্মান্তৰকৰণৰ পিচত মুছলমান লোকৰ সৈতে বিয়া পাতি দিয়া হৈছিল ।  এখন দেশৰ কোনো চিনেমাই আন্তর্জাতিক বঁটা লাভ কৰিলে সেইখন দেশৰ নাগৰিকৰ বাবে সেয়া গৌৰৱৰ কাৰণ হয় । বিশ্ব চলচ্চিত্ৰৰ মহোৎ মান অধিকাৰ শাখাত শ্রেষ্ঠ বঁটাৰে সন্মানিত ছবিখনৰ জৰিয়তে স্বদেশনেই এজন পৰিচালকে মানৱ অধিকাৰ লংৰ ছবিখন পোহৰলৈ আনিলে । 

No comments