Breaking News

ৰেল নগৰী লামডিং ৰে’ল ষ্টেচনত ১ কুইণ্টল ১৭ কেজি গাঞ্জা জব্দ




ডিজিটেল ডেস্ক: 
লামডিং RPF, CID, গুৱাহাটীৰ স্কৰ্ট দলৰ অভিযানত নামনিমুৱা 15626 নম্বৰৰ আগৰতলা দেওগড়   ৰে’লখনৰ AC ডবাৰ পৰা জব্দ ১ কুইণ্টল ১৭ কেজি গাঞ্জাসহ আটক ৮ জন সৰবৰাহকাৰী ধৃত চাজিদ আনচাৰী, এমডি ফৰহান, মহম্মদ ৰিজৱান আনচাৰী মহম্মদ নাজিৰ আনচাৰী, মহম্মদ ইৰচাড আনচাৰী  মহম্মদ চটু আনচাৰী, আজগৰ আৰু মহম্মদ আজাম আগৰতলাৰ পৰা বিহাৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গাঞ্জাখিনি জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ১২ লাখ টকা

No comments