Breaking News

মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা।

 


ডিজিটেল ডেস্ক:মৰিগাঁৱৰ ধৰমতুলত ভয়ংকৰ পথ দুৰ্ঘটনা। তীৰ্থযাত্রী কঢ়িয়াই নিয়া বাহনে ৰৈ থকা ট্রাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।বাক্সাৰ পৰা ভৈৰৱ কুণ্ডলৈ যোৱা তীৰ্থযাত্রীৰ দলটোত২১গৰাকী তীৰ্থযাত্রী আছিল... ঘন কুঁৱলীৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা.. গাড়ীৰ ভিতৰত আবদ্ধ কেইবাজনো যাত্রী

No comments