Breaking News

ভাৰতৰ অন্যতম মূল্যবান ফেব্রিক ..ভিকুনাৰ নোমেৰে প্ৰস্তুত কৰা পোছাকৰ মূল্য ৪.২৩ লাখ টকা



 ডিজিটেল ডেস্ক: 
পৃথিৱীৰ আটাইতকৈ দামী ফেব্রিক...এটা দামী ফেব্রিক চোলাৰ দাম ৪.২৩ লাখ টকা... ভিকুনাৰ নোমেৰে প্ৰস্তুত কৰা পোছাকৰ অভাৱনীয় মূল্য ..এই ফেরিক প্রস্তুত কৰা হয় দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বতত দেখিবলৈ পোৱা ভিকুনা নামৰ এটা জন্তুৰ নোমৰ পৰা । এই ফেব্রিকেৰে তৈয়াৰ কৰা এটা চোলাৰ মূল্য ৪ লাখ টকাতকৈ অধিক বিভিন্ন দেশৰ  সদস্যসকলে  ফেব্রিকেৰে প্রস্তুত কৰা কাপোৰ পৰিধান কৰে । ইটালীৰ ল'ৰাপিয়ানা নামৰ আগশাৰীৰ বন্ধ উৎপাদনকাৰী প্ৰতিষ্ঠানটোৱে এনে ফেব্রিকৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন পোছাক বিক্ৰী কৰে । এই ফেব্রিকেবে প্রস্তুত কৰা ল'ৰ'পিয়ানার এযোৰ মোজার দাম প্রায় ৮০ হেজাৰ টকা ,এটা চোলাৰ মূলা ৪.২৩ লাখ টকা । দুৰ্লভ প্ৰজাতিৰ হোৱা বাবেই ভিকুনাৰ ঊৰ যথেষ্ট চাহিদা আছে...

No comments