Breaking News

শৰীৰ চৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ পথ দুৰ্ঘটনাত মৃত্যু



ডিজিটেল ডেস্কঃ পথ দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুত সাৱতিলে শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইয়ে।  ধেমাজীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে ঘন কুৱঁলীৰ বাবে নাৰায়ণপুৰত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় শৰীৰচৰ্চাবিদগৰাকী। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে সিদ্ধাৰ্থ বৰগোহাইৰ বাহনখন। ফলত থিতাতে নিহত হয় সিদ্ধাৰ্থ বৰগোহাঁই। 

ইফালে দুৰ্ঘটনাগ্ৰস্ত  বাহনখনত থকা আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

No comments