Breaking News

ভাৰত জোড়ো’ৰ সামৰণি টি - ছাৰ্ট , শ্রীনগৰত ৰাহুল গান্ধী , সমুখত বিশাল জনতা ‘



ডিজিটেল ডেস্ক....ভাৰত জোড়ো’ৰ সামৰণি টি - ছাৰ্ট , শ্রীনগৰত ৰাহুল গান্ধী , সমুখত বিশাল জনতা ‘  ৭৫ বছৰ পাছত তেওঁৰ আজো নাতিয়েক ৰাহুল গান্ধীয়ে জম্মু - কাশ্মীৰৰ শ্ৰীনগৰৰ লালচ’কত  ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাকে ধৰি অনেক নেতিবাচক সমালোচনা ৰাহুল গান্ধীৰ... বিচ্ছিন্নতাবাদীৰ প্রবল বাধাৰ বাবে বছৰ বছৰ ধৰি লালচকত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পৰা হোৱা নাই ।আৰ এছ এছে জাতীয় পতাকা উত্তোলন কৰাৰ পূৰ্বেই ৰাহুল গান্ধীয়ে উত্তোলন কৰি আৰ এছ এছ বসুচী হাইজেক ৰাত বিতৰ্কৰ সৃষ্টি কৰিছে আৰ এছ এছৰ সমগোত্ৰীয়ে সংগঠনে ।  অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক তেওঁক দাড়িৰে সৈতে ছাদ্দাম হুছেইনৰ দৰে একে হোৱা বুলি মন্তব্য কৰিছিল । ছাদ্দাম  হুছেইন হৈ তেওঁ একো ভাল আদৰ্শ দেখুওৱা নাই বুলি হিমন্ত বিশ্ব শৰ্মাই বিতৰ্কৰ জোৱাৰ তুলিছিল । সোমবাৰে জম্মু - কাশ্মীৰৰ শ্ৰীনগত ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তি অনুষ্ঠানত মুঠতে ১২ টা বিৰোধী ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে যোগদান কৰিব । কংগ্ৰেছৰ পক্ষৰ পৰা সমাপ্তি অনুষ্ঠানলৈ মুঠতে ২১ টা ৰাজনৈতিক দলক আমন্ত্রণ জনোৱা হৈছিল । তাৰ ভিতৰত ডিএমকে মুৰব্বী এম কে ষ্টেলিন , শাব্দ পাহাৰৰ এন চি পি , তেজস্বী যাদৱৰ আৰু জে দি , নীতিশ কুমাৰ জে ডি ( ইউ ) , উদ্ধর থাকৰেৰ শিৱসেনা , চিপিএম , চিপিআই , ভিচিকে , কেৰালা কংগ্ৰেছ , ফাৰুক আব্দুল্লাৰ নেশ্যনেল কনফাৰেন্স , মেহবুবা মুফটিৰ পিডিপি , শিবু হোৰেনৰ জে এম এমৰ প্ৰতিনিধিয়ে যোগ দিব । 

No comments