Breaking News

অসমত ৭০৮ কোটি টকাৰ আবণ্টন



 ডিজিটেল ডেস্কঃ ২০২২ চনত নেডফিয়ে শিক্ষা , প্রশিক্ষণ , খাদ্য সংসাধীকৰণ  হস্ত - তাঁত , হস্তশিল্প , স্বাস্থ্যসেবা , হোটেল আৰু পর্যটন তালিৰ দৰে বিভিন্ন খণ্ডত নতুন নতুন প্রকল্প স্থাপন  কৰে,২০২২ চনত  সমগ্র উত্তৰ - পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ১০২৩ , ৫৮ কোটি টকা  দিয়াৰ লগতে ৬৮২.৮২ কোটি মোকলাই দিছে । মুঠ ২৯১৭ টা প্রকল্প স্থাপনৰ  উদ্যোগীসকলক সহায়ৰ হাত আগবঢ়ায় । সংস্থাটোৱে বিগত বৰ্ষত অসমলৈ ৭০৮.৫৭ কোটি দিয়াৰ লগতে ৪১৫ : ৫২ কোটি টকা মোকলাই দিয়ে। উত্তৰ - পূবৰ অৰুণাচল প্রদেশলৈ ১৯.৭৩ কোটি টকা দিয়াৰ লগতে ১৯.৪২ কোটি টকা মোকলাই দিছে । মণিপুৰলৈ ৭৬.৫৩ কোটি টকা আবণ্টনৰ  ৬৭.৮৮ কোটি টকা দিছে নেডফিয়ে । সেইদৰে মেঘালয়লৈ ৩১.৯৪ কোটি টকা  আৰু ৭৫,৮২ কোটি টকা বিতৰণ , মিজোৰামলৈ ৩২.১৬ কোটি টকা আৰু ৩০.৫৯ কোটি টকা বিতৰণ , নাগালেণ্ডলৈ ২১.৭৩ কোটি টকা আৰু ১৮.০৫ কোটি টকা বিতৰণ , ছিকিমলৈ ৫৫.৬৮ কোটি টকা আবণ্টন আৰু ০৫.১৮ কোটি টকা   এিপুৰালৈ ৪৭.০৮ কোটি টকা আবণ্টন তাৰ ২১:৫৬ কোটি টকা পুঁজি মোকলাই দিছে সংস্থাটোৱে । ক্ষুদ্র উদ্যোগ খণ্ডৰ বিকাশৰ  নিগমে স্থানীয় উদ্যোগীসকলক চিনাক্ত আৰু উৎসাহিত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰিছে ।  ইয়াৰ অধীনত ক্ষুদ্র প্রতিষ্ঠানসমূহক নিম্ন  ব্যক্তিসকলক বল বিয়াৰ বাবে পাইকাৰী ক্ষুদ্র দানৰ ব্যৱহাৰ কৰা হয় । সেইদৰে কৃষি আৰু অনাকৃষি  ক্ষুদ্র উদ্যোগীসকলক পোনপটীয়াকৈ বিত্তীয় সাহায্যৰ বাবে গ্রহণ কৰা আচনিৰ অধীনত হাৰ ৯৯০কোটি টকাৰ ।এতিয়ালৈকে প্রায় ২ লাখ হিতাধিকাৰীক সামৰি লোৱা হৈছে ১০ শতাংশৰো অধিক মহিলা । ইফালে উত্তৰ - পূব উন্নয়ন মধ্যালয়ৰ সহযোগত  ভেন্সাৰ  নামৰ এখন আঁচনিৰ অধীনত প্রায়  বিনিয়োগ কৰা হৈছে ১১.৬৭ কোটি উত্তৰ - পূৰ্বাঞ্চলৰ উদ্যোগিক আন্তঃগাঁথনি আৰু সামাজিক উন্নয়ন প্রকল্পৰ বাবে পৰামৰ্শ গ্ৰহণ কৰিছে নেডফিয়ে ।

No comments