Breaking News

এন ই ফ্ৰেছৰ অধীনত উত্তৰ-পূবৰ কৃষি সামগ্ৰীৰ ৰপ্তানি

 


ডিজিটেল ডেস্ক: এন ই ফ্ৰেছৰ অধীনত উত্তৰ-পূবৰ কৃষি সামগ্ৰীৰ ৰপ্তানি,,অসম তথা উত্তৰ-পূবৰ ৰাজ্যকেইখনত উৎপাদিত কৃষি আৰু উদ্যান শস্যজাত সামগ্রী। ২০২২বৰ্ষত গ্ৰহণ কৰা অভিলাষী আঁচনিৰ ভবিষতে ফেছৰ অধীনত উত্তৰ-পূৱত কৰা হৈছে যদিও এই ব্যৱস্থাক সংস্থা গঠনৰ জৰিয়তে উত্তৰ- নেবানেকে নতুন নতুন বিপণন সফলতা লাভ কৰিবলৈ সক্ষম উৎপাদিত আনাৰস, আদা, হালধি, আনুষ্ঠানিক রূপ দিয়াৰ বাবে এখন পূর্বাঞ্চলতো এনে গোট স্থাপন কৰা কাৰ্যসূচী ও গ্ৰহণ কৰিছে। নেৰামেকৰ ব্ৰেণ্ড এন ই ডাঙৰ ইলাচি, জালুক, ভোট নতুন চুক্তি অচিৰেই, স্বাক্ষৰ কৰা হৈছে। উত্তৰ-পূবৰ পৰা জলকীয়া, তেজপাত, ক'লা চাউল, ৰঙালাও আদি জন্ম আৰু বিপণন প্রক্রিয়া কৰা হৈছে। ইউৰোপ, বাংলাদেশ আৰু ভূটানৰ দৰে দেশলৈ আৰম্ভ কৰা হৈছে ইয়াৰ ৰপ্তানি প্রক্রিয়া।। গুচুৰা গণ্ডত ৭৫ টাতকৈও অধিক অধিক সামগ্ৰীৰ গোট একা নেৰামেকে শেহতীয়াকৈ ইন্দো- বাংলাদেশ সীমান্তত এটা কিন্ত মুকলি কৰিছে। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ অধীনত দহ হেজাৰ কৃষক উৎপাদক কৃষক উৎপাদক পঞ্জীয়ন কৰা হৈছে ।  অসম ৰাজ্যিক বাজ উন্নয়ন সংস্থার অভিলাষী প্রকল্পৰ অধীনত অসমৰ তিনিখন জিলাত ৯০০ হেক্টৰ ভূমিত বাঁহ ৰোপণ কৰা হৈছে। উত্তৰ-পূৱত উৎপাদিত কৃষি আৰু উদ্যান শস্যজাত সামগ্ৰীৰ এখন উচিত বজাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে ,প্রায় এববিধ কৃষিজাত সামগ্ৰীয়ে জি এই পঞ্জীয়ন লাভ কৰিছে আৰু সামগ্ৰী পঞ্জীয়নৰ বাবে বিচেনাধীন হৈ আছে। 

No comments