Breaking News

কাজিৰঙালৈ আহিল ১.৩৬ লাখ পর্যটক....




ডিজিটেল ডেস্ক...কাজিৰঙালৈ আহিল ১.৩৬ লাখ পর্যটক....কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষত এটাও গড় হত্যা নোহোৱাত  ফ্রন্ট লাইন টাফৰ লগতে কাজিৰঙাৰ ৰাইজৰ সহযোগিতাৰ বাবেই গড় সুৰক্ষা সম্ভৱ হৈ উঠিছে বুলি মত ব্যক্ত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন শৰ্মাই।  ২০১১ চনৰ পৰা ২০১৮ চনলৈকে মুঠ ৬৪ টা গড় হত্যা কৰা হৈছিল।  ৰাজ্যবাসীৰ বাবে ভাল খবৰটো হৈছে একেৰাহে দুটা বছৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত তথা নগাঁও জিলাৰ অধীনৰ বাগৰি আৰু বঢ়া পাহাৰ ৰেজত এটাও গড় হত্যা কৰিব পৰা নাই চোৰাং চিকাৰীয়ে । শেহতীয়া তথ্যমতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যানকে ধৰি ৰাজ্যত ২০০০ চনত চাৰিটা, ২০০১৩ ৮ টা, ২০০২স্ট ৪ টা, ২০০৩ত ৩ টা, ২০০৪ত ৪ টা, ২০০৫৫৭ টা, ২০০৬, ২০০৭ ১৬ টা, ২০০৮ ৬ টা, ২০০ চা, ২০১৬৩ ৫টা, ২০১১ত ৩টা, ২০১৬ ১১ টা. ২০১৩-২৭)টা, ২০১৫ ২ টা, ২০১৫ ১৭টা, ২০১৬৩ ১৮ টা ২০১৭, চনত ৬টা ২০১৮৪ টা, ২০১৯৩ টা ২০২০১ ২টা, ২০২১ চনত ২ টা আৰু পাৰ হৈ যোৱা ২০২২ টোত গড় হত্যা শূন্য হৈ পৰে ৰাজ্যৰ বনাঞ্চলত। ২০২২ চনত  অসমত এটাও গড় চোৰাং চিকাৰীয়ে হত্যা কৰিব নোৱৰাক লৈ দেশৰ প্রধানমন্ত্রী মোডায়েও প্ৰশংসা কৰিছে... কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ শেষৰটো ঘটনা ঘটিছিল ২০২১ চনৰ ২৮ ডিচেম্বৰত গোলাঘাট জিলাৰ অন্তর্গত তঁহৰাৰ বনাঞ্চলত। উল্লেখযোগ্য যে ২০১৮ চনলে পৰা নগাঁও আৰক্ষীয়ে চোৰাং চিকাৰীৰ বিৰুদ্ধে চলাইছিল বহু সংবা অভিযান । তেতিয়াৰ নগাঁৱৰ আৰক্ষী অধীক্ষক শংকৰত্ৰত ৰায়নের আৰু অভিনিত আৰক্ষী অধীক্ষ বিপুল দাসৰ নেতৃত্বত নগাও আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল বহু  অস্ত্রশস্ত্র।জখলাবন্ধা থানার প্রাক্তন বিষয়া দেৱেন কৰায়ো অভিযান চলাই বহু চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাজনো চোৰাং চিকাৰীক সমুখ সমন্বত গুলীয়াই হত্যা কৰিছিল। সেয়ে ২০১১ বৰ্ষত প্ৰথমবাৰৰ বাবে এটাও গাঁড় হত্যা নোহোৱাকৈ পাৰ হৈছিল।  কাজিৰঙাৰ ২০২২-২৩ পর্যাটন বা তিনি মাহতে কাজিৰঙালৈ আহিল কাজিৰঙালৈ আহিল ১.৩৬ লাখ পর্যটক...

। 

No comments