Breaking News

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা গুৰুতৰভাৱে অসুস্থ



ডিজিটেল ডেস্ক: 
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো বাঁহী বাদনেৰে  নিজৰ  প্ৰতিষ্ঠা লাভ কৰা শিল্পী গৰাকী বৰ্তমান দিছপুৰ হাস্পাতালত চিকিৎসাধীন হৈ আছে দীপক শৰ্মা বৃক্ক, জণ্ডিছ আৰু হৃদৰোগত আক্ৰান্ত হৈছে উন্নত চিকিৎসাৰ বাবে শিল্পী গৰাকীক ৰাজ্যৰ বাহিৰলৈ নিয়াৰ প্ৰয়োজন আছে ।দীপক শৰ্মাৰ গুণমুগ্ধই শিল্পী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাই

No comments