Breaking News

সৰুপথাৰত ৰেল বিভাগ আৰু ধনশিৰি মহকুমা প্ৰশাসনৰ উচ্ছেদ অভিযান ।


 ডিজিটেল সংবাদ,ধনশিৰি: সৰুপথাৰ ৰে'লোৱেৰ ভূমিত অবৈধ ভাৱে বহু বছৰৰ পৰা ব্যৱসায় চলাই থকা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত শুক্ৰবাৰে চলিল এই উচ্ছেদ অভিযান ৭১ খন ব্যৱসায়িক প্ৰতিস্থান আৰু ১৭ টা ঘৰ উচ্ছেদ হল এই অভিযানত। উল্লেখ্য যে ৰেলোৱে বিভাগৰ জাননীৰ পাছতে ব্যৱসায়ী সকলে খালি কৰি দিয়ে নিজ নিজব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ । 


No comments