Breaking News

বিশ্বকাপ জয়ৰ পিছত 'কালা চশমা' গানত নৃত্যৰে বিজয় উদযাপন ভাৰত মহিলা অনুৰ্ধ-১৯ তাৰকাসকলৰ


ভাৰতৰ অনুৰ্ধ ১৯ ক্ৰিকেট দলৰ বলীউডষ্টাইলত  বিশ্বকাপ বিজয় উদযাপন। খেলুৱৈসকলক বলিউদৰ জনপ্ৰিয়া গীত 'কালা চশমা'ত গ্ৰুভ কৰা দেখা গৈছিল। ইতিমধ্যে  উদযাপনৰ ভিডিঅ'টো আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ (আইচিচি) অফিচিয়েল ছ'চিয়েল মিডিয়া হেণ্ডেলৰ দ্বাৰা পষ্ট কৰিছে।  শিৰোনামত লিখিছে "খেলপথাৰত আৰু ইয়াৰ বাহিৰত জয় লাভ কৰা।"

উল্লেখ্য যে ভাৰতৰ অনুৰ্ধ ১৯ ক্ৰিকেট দলে দেওবাৰে (২৯ জানুৱাৰী) পোটচেফষ্ট্ৰুমত অনুৰ্ধ ১৯ টি-২০ বিশ্বকাপ ২০২৩ৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰাৰ লগে লগে ইতিহাস ৰচনা কৰে। কিয়নো এইয়া হৈছে ভাৰতীয় মহিলা ক্ৰিকেট ইতিহাসত প্ৰথম বিশ্ব খিতাপ। 


No comments