Breaking News

বদৰপুৰ আৰক্ষীৰ অভিযানত ৩৪ টা পেকেটত মুঠ ৭২ কেজি গাঞ্জা জব্দ

 


  • ডিজিটেল ডেস্ক:বদৰপুৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা...ত্রিপুৰাৰ পৰা বদৰপুৰলৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি... বদৰপুৰ আৰক্ষীৰ অভিযানত ৩৪ টা পেকেটত মুঠ ৭২ কেজি গাঞ্জা জব্দ....তিনিগৰাকী মহিলা লগতে ৫সৰবৰাহকাৰী আটক....ধৃত সৰবৰাহকাৰী কেইজন ত্রিপুৰা ধৰ্মনগৰৰ বুলি জানিব পৰা গৈছে


No comments