Breaking News

ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্য।

 


ডিজিটেল সংবাদ, ধুবুৰী: 
বিজেপি, এজিপি আৰু কংগ্ৰেছে লোকসভা নিৰ্বাচনত ধুবুৰীত মোৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি প্ৰচাৰ চলি আছে। মই বিজেপি, এজিপি আৰু কংগ্ৰেছক স্বাগতম জনাইছো আৰু তেওঁলোকে যদিহে ভাল কাম কৰি থাকে তেনেহলে ৰাইজে ফেয়চেলা কৰি তেওঁলোকৰ কথা। যদিহে মই বা এআইইউডিফে ভাল কাম কৰি থাকে তেনেহলেও ৰাইজে ফেয়চেলা কৰিব।যিসময়ত বাঘ হাজৰিকা আছিল সেই সময়ত মই জন্মই লোৱা নাই মোৰ বাপেও জন্ম লোৱা নাছিল আৰু এই বিষয়ে কোনো মন্তব্য নিদিউ বুলি কয়।এই চৰকাৰখনে একপক্ষীয় এটা সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰি লৈছে। এইবোৰ কি বাংলাদেশী হয় নেকি।চাৰিখন জিলা বিলুপ্তকৰণৰ এয়া সময় নাছিল যিহেতু লোকসভা নিৰ্বাচন সন্মুখত আৰু হাজাৰ হাজাৰ লোকৰ প্ৰচেষ্টাত জিলা বিলাক পাইছে কিন্তু চৰকাৰে এইটো ঠিক কাম কৰা নাই আমাৰ মতে।ভুপেন বৰা পাগলৰ নিচিনা বকি থাকে পাগলে কি কয় আৰু আৰু ছাগলে কি খায়। ভুপেন বৰাৰ মগজতো নাই জিতেন্দ্ৰ সিং ৰাজ্যসভাৰ নিৰ্বাচন সভাপতিৰ নিৰ্বাচনত ডাঙৰ ডাঙৰ পইচাৰ টোপোলা লৈ সব বিক্ৰি কৰি দিলে। শেষত আজমলে কৈয়ে দিলে হু ইজ ভুপেন বৰা হু ইজ জিতেন্দ্ৰ সিং।

No comments