Breaking News

জি -২০ সন্মিলন তিনিকুৰি পোন্ধৰ্জন প্রতিনিধিক আদৰিবলৈ সাজু কাজিৰঙা


ডিজিটেল ডেস্ক:
জি -২০ সন্মিলন তিনিকুৰি পোন্ধৰ্জন প্রতিনিধিক আদৰিবলৈ সাজু কাজিৰঙা...  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি -২০ ৰ ২০২২-২৩ বৰ্ষৰ বাবে অধ্যক্ষতাৰ দায়িত্ব লোৱাৰ পাছত আগন্তুক ১ ফেব্ৰুৱাৰীত জি -২০ ৰ প্ৰতিনিধি দল কাজিৰঙাত উপস্থিত হ'ব ৷  ৪ ফেব্ৰুৱাৰীত দলটো কাজিৰঙালৈ আহিবলগা কথা আছিল যদিও কার্যসূচী কিছু সাল - সলনি হৈছে বুলি ৰাজ্যখনৰ বনমন্ত্রী চন্দ্রমোহন পাটোৱালীয়ে জানিবলৈ দিয়ে । জি -২০ ৰ প্রতিনিধি দল অভিণ্ডা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ অহাক লৈ কালি কাজিৰপ্তাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবর্ষ আলোচনা গৃহত বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ অধ্যক্ষতাত বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্রী ঋতুপ বৰাৰ তত্ত্বাবধানত গোলাঘাট , নগাঁও আৰু যোৰহাট জিলা প্রশাসন তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ উপস্থিতিত গুরুত্বপূর্ণ আলোচনা অনুষ্ঠিত হয় । বাট - পথ মেৰামতি কৰাৰ লগতে বন শিবিৰ আৰু দর্শন চূড়াৰ ৰং সনি সুন্দৰকৈ সজাই - পৰাই তুলিছে ।  , জি -২০ ৰ দলটো কাজিৰত ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা আৰু বাগৰি বনাঞ্চলত দ্বীপ ছফৰী কৰিবৰ কাৰণে ১ ফেব্ৰুৱাৰীত উক্ত দুখন কনাঞ্চল সাধাৰণ পৰ্যটকৰ কাৰণে বন্ধ ঘোষণা কৰিছে উদ্যান কর্তৃপক্ষই । জি -২০ প্রতিনিধি দলটোৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি অভ্যর্থন , শক্তিঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন আদি সকলো ক্ষেত্ৰত যাতে কোনো সমস্যাৰ সৃষ্টি হয় তাৰ ওপৰত আলোচনা হয় । আলোচনাত বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী , বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰা , ৰাজ্যখনৰ প্রধান মুখ্য বন সংরক্ষক এম কে যাদব , অতিরিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদ , গোলমাটৰ উপায়ুক্ত পিঃ উদয় প্রদীপ উপনিও নগাঁও , যোৰহাটৰ উপায়ুক্ত , কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা , বন সংমণ্ডল বিষয় বমেশ গগৈ , আরক্ষী অধীক্ষক মনদীপ কৌৰ আদি উপস্থিতি থাকি জি -২০ ব দলটোক আদৰণি জনোবা স্থান , অভ্যর্থনা কক্ষ , পরিদর্শন কৰি বুজ লয় ।

No comments