Breaking News

এটা মৃতদেহেৰে ৩৬ বক্তা মাটি তৈয়াৰ কৰা হয়

                                                                 


ডিজিটেল ডেস্কঃ...আমেৰিকাৰ নিউয়ৰ্ক ৰাজ্যত এতিয়াৰে পৰা মানুহৰ মৃতদেহ সৎকাৰ সমাধিস্থ কৰাৰ প্ৰয়োজন নাথাকিব । পৰিবেশ অনুকূল পদ্ধতিৰে মানুহৰ মৃতদেহেৰে সাৰুৱা মাটি প্রস্তুত কৰা হ'ব । এই মাটি মৃতকৰ পৰিয়ালে নিজৰ বাগিচাত ব্যৱহাৰ কৰিব পাৰিব । মানুহৰ মৃতদেহক এনেদৰে মাটিলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক ‘ হিউমেন কম্পোষ্টিং ' বুলি অভিহিত কৰা হয় । এই প্রক্রিয়াত কম্পোষ্টিং ' ব্যৱস্থা অৱলম্বন কৰি অহা হৈছে । মানুহৰ মৃতদেহ এটা ষ্টেইনলেছ ষ্টিল চিলিণ্ডাৰত ৰখা হয় । তাত বায়'ডিগ্রেডেবুল পদার্থ মিহলোৱা হয় । এনেদৰে এমাহৰ ভিতৰত মৃতদেহ মাটিলৈ ৰূপান্তৰ হয় । এটা মৃতদেহেৰে ৩৬ বক্তা মাটি তৈয়াৰ কৰা হয় । আনকি মানুহৰ দাঁত , হাড় আদিও এনে প্ৰক্ৰিয়াৰে মাটিলৈ ৰূপান্তৰ হয় । আমেৰিকাত নিউয়ৰ্ক প্ৰদেশকে ধৰি ৬ খন ৰাজ্যত এতিয়ালৈকে ‘ হিউমেন

No comments