Breaking News

দেশৰ ৫০ টাতকৈ অধিক পুৰণি সম্পদ বিলুপ্ত ।

 


ডিজিটেল ডেস্ক: 
ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ অধীনত কেন্দ্রীয় চৰকাৰৰ দ্বাৰা সুৰক্ষিত হৈ থকা দেশৰ ৫০ টাতকৈ অধিক পুৰণি সম্পদ বিলুপ্ত । কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয়ে সংসদত এই তথ্য দাখিল কৰিছে আৰু  এই অনুসৰি অসম, অৰুণাচল প্রদেশ, পশ্চিমবংগ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশৰ পৰা এটাকৈ, দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ পৰা দুটাকৈ আৰু উত্তৰ প্ৰদেশৰ  ১১ টা কীৰ্তিচিহ্ন নোহোৱা হৈছে। ইয়াৰে কোনো কোনো সম্পদ নগৰীকৰণৰ বাবে ধ্বংস হোৱা জলভাণ্ডাৰৰ বাবে প্লাবিত  হোৱা বা ৰাজৰ হৈছে ! কেগ অন্তৰ্ধান হোৱা বুলি উল্লেখ কৰা যে ইছুজ রিলেটিং টু আনট্রেচেবল মনুমেন্টছ ১২ টা পুৰাতাত্ত্বিক প্রাচীন সম্পদৰ ৪২ টা এণ্ড প্রটেকচন অব্ মনুমেন্টছ ইন ইণ্ডিয়া' শীর্ষক ভারতীয় পুরাতাত্ত্বিক জৰীপ বিভাগে চিনাক্ত প্রতিবেদনখন যোৱা ৮ ডিচেম্বৰত সংসদীয় কৰিছে যদিও বাকী ৫০ টাৰ কোনো সন্ধান ওলোৱা নাই।

No comments