Breaking News

চলিত বছৰতে ভাৰতে অতিক্রম কৰিব চুবুৰীয়া চীনক।


ডিজিটেল ডেস্ক: 
২০২২ চনৰ শেষত চীনৰ জনসংখ্যা হ'লগৈ ১৪২ কোটি ৬০ লাখ। আনহাতে, ২০২২ চনৰ শেষলৈ ভাৰতৰ জনসংখ্যা হৈছে ১৪১ কোটি ২০ লাখ।কিন্তু 'বান চাইল্ড পলিচী'ৰ বাবে চীনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ নেতিবাচক আৰু কোনো নিয়ন্ত্ৰণ নথকা ভাৰতৰ জনসংখ্যা  বৃদ্ধিৰ হাৰ ইতিবাচক। অর্থাৎ নিয়ন্ত্রণহীন জন্মৰে ভাৰতে ক্ষতি চলিত বছৰতে জনসংখ্যাৰ দিশেৰে চীনক হেলাৰতে অতিক্ৰম কৰি যাব। ২০৫০ চনত পৰিস্থিতি এনে হ'বগৈ যে কার্ট হুণা ১৬৬ কোটি ৮০ লাখ জনসংখ্যাৰে ভাৰতক কোনেও  স্পৰ্শ কৰিব নোৱাৰা হ'ব। কিন্তু তেতিয়ালৈ ১৩১  কোটি ৭০ লাখ জনসংখ্যাৰে চীনৰ মুঠ নাগৰিকৰ সংখ্যা  এতিয়াতকৈ ১১ কোটি হ্রাস পাব। ৰাষ্ট্ৰসংঘৰ এটা  প্ৰতিবেদনত বিশ্বৰ দুই মাত্রাধিক জনসংখ্যাৰ দেশৰ বিষয়ে  এই ভবিষ্যবাণী কৰা হৈছে।  এয়া মুঠইে আনুমানিক যুব সমীক্ষা নহয়, দুয়োখন দেশৰ সাম্প্ৰতিক জন্ম আৰু যুৱ , মৃত্যুৰ হাৰ তথা পৰৱৰ্তী সময়ৰ হাৰ পৰীক্ষা কৰিয়েই  ৰাষ্ট্ৰসংঘৰ অৰ্থনীতি আৰু সামাজিক পৰিক্ৰমাৰ জনসংখ্যা বিভাগে এই তথ্য প্রকাশ কৰিছে। তাৎপর্যপূর্ণ বিষয়  যে তৃপ্ত সম্প্রতি বিশ্বৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ভাৰতৰ বিপৰীতে দিন সর্বাধিক । ১৯৫০ চনৰ পৰা ২০১০ চনলৈ বিশ্বৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল বছৰি ১ শতাংশৰ কম। ভাৰত বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হোৱাৰ ফলত নাছি হল, সমস্যা কুলাই পাচিয়ে নধৰা হ'ব। কিয়নো সম্প্রতি ভাৰতত বের কর্মসংস্থাপনহীনতাৰ হাৰ বিগত তিনিটা দশকৰ ভিতৰত মান সর্বোচ্চ। জনসংখ্যা বৃদ্ধিৰ লগে লগে সেই সমস্যা তাৰ সৈতে ঢাক তাল মিলাই অধিক বৃদ্ধি পাব ভাৰতত এতিয়া ৰাষ্ট্ৰসংঘৰ তথ্য ধান অনুসাৰে বছৰি ২৪ নিযুত শিশুৰ জন্ম হয়। এই তথা ভাৰতত চীণ জন্মৰ পঞ্জীয়নৰ পৰা সংগ্ৰহ কৰা। চৰকাৰী এই তথাৰ বিপৰীতে পৰ গাঁৱে-ভূঞেঃ চৰকাৰীভাৱে পঞ্জীয়ন নকৰাকৈ জন্ম হোৱা শিশুৰ বা সংখ্যাও কম নহয়। সেয়ে ভাৰতত শিশুৰ জন্মৰ হাৰ ৰাষ্ট্ৰসংঘই দাৰ দিয়া তথ্যতকৈ অধিক । তদুপৰি সম্প্রতি স্বাস্থ্য খণ্ডৰ উন্নতিৰ কৰি বাবে দেশত জন্মৰ সময়ত শিশুৰ মৃত্যুৰ হাৰ নিম্নগামী গৈছে। ১৯৯০ চনত ভাৰতত প্ৰতি এহাজাৰ শিশুৰ বিপৰীতে জন্মৰ যাত সময়ত মৃত্যু হৈছিল ৬৬ টা। ২০২০ চনত সেই সংখ্যা ২৭ টালৈ থা হ্রাস পাইছে। এনে কাৰণতে সম্প্ৰতি ভাৰতত জনসংখ্যাৰ বৃদ্ধিৰ নীৰ হাৰ অভাৱনীয়ভাবে বাঢ়িছে। সন্দেহ নাই এই জনসংখ্যা ভাৰতৰ বাবে মানৱ সম্পদ হোৱাৰ পৰিবৰ্তে সমস্যাতহে ইত পৰিণত হ'ব। ইয়াৰ মাজত ইতিবাচক দিশ এটাই, ভাৰতৰ র। জনসংখ্যার ২৭.৩ শতাংশ হৈছে ১৫ বছৰৰ পৰা ২৯ বছৰৰ স্থান ভিতৰৰ, অর্থাৎ প্রায় যুৱক-যুৱতী। সেয়ে তেওঁলোকৰ উপাৰ্জন বুলি ক্ষমতা থকাৰ সম্ভাবনা আছে।‌ইপিনে, 'বান চাইল্ড পলিচাৰ ফলত চীনৰ জনসংখ্যা আর ইিন এতিয়াও হ্রাস পাই আছে। ১৯৮০ চনত চীনে এই নীতি বার কঠোরভাবে বলবৎ কৰিছিল। জনসংখ্যার বিস্ফোৰণ ৰোধ কৰাৰ এই বাবেই চীনে এই নীতি গ্রহণ কৰিছিল। এই কঠোৰ নীতিৰ ফলত কন চীনৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ক্ৰমাৎ হ্রাস পালে আৰু এতিয়াও শর নেতিবাচক দিশে আগবাঢ়ি আছে। জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমি শৰ যোৱাৰ ফলত চীনে ২০১৬ চনত রান চাইল্ড পলিচী' প্ৰত্যাহাৰ। হে কৰিলে আৰু দেশবাসীক তিনিটা সন্তান জন্ম দিবলৈ আহ্বা লী জনালে। কিন্তু মানসিক অৱসাদগ্ৰস্ততাৰ বাবে আৰু এটা সন্তানক হিৰ লৈ অভ্যস্ত হৈ পৰাৰ বাবে চৰকাৰে কঠোৰ নীতি প্ৰত্যাহাৰ কৰাৰ গত পাছতো চীন এতিয়া জন্মৰ হাৰ কম। ইয়াৰ ফলতে দেশখনৰ অধি জনসংখ্যা চলিত বছৰত ভাৰততকৈ হ্ৰাস পাব। চীনৰ নাগৰিকে বা এতিয়া অধিক সন্তান জন্ম দিয়াৰ পৰা দূৰত থকাই নহয়, এটাও কে সন্তান জন্ম দিবলৈ বহু পিতৃ-মাতৃ ইচ্ছুক নহয়। আনকি অনেকে ছে! বিবাহৰ পৰাও দূৰত থাকি অকলশৰীয়া জীবন যাপন কৰিছে। আি কর্মী তেওঁলোকে সংগীৰ অভাৱ অনুভৱ কৰিলে সময়ে সময়ে কোনো পাত সংগী বিচাৰি একেলগে থাকে। অন্যথা এককভাবে জীবন গ ৱশ যাপনত চীনৰ অসংখ্য যুৱক-যুৱতী অভ্যস্ত হৈ পৰিছে। বহু কাি সময়ত অনেকে সংগী হিচাপে জীৱ-জন্তু পুহি তাতে সন্তুষ্টি নীল এই লভে। ইয়াৰ ফলত দেশখনৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ্ৰাস অস হল পাইছে। একোটা শিশু জন্ম দি তুলি-তালি ডাঙৰ দীঘল কৰাটো সভা বিব অত্যতান্ত ব্যয়বহুল হৈ পৰাটোও ইয়াৰ অন্যতম কাৰণ। ইয়াৰ অনু ভাল পৰিবৰ্তে চীনৰ যুৱক-যুৱতীয়ে একোটা পোহনীয়া জন্তু ঘৰত কস্তু ৰখাটোকে কম বায় বহুল বুলি গণ্য কৰে। অন্যথা সাময়িকভাবে ভাষ এটা সংগীৰ সন্ধান কৰে। অৱশ্যে জনসংখ্যা হ্ৰাস পোৱাৰ ফলত চীন কারি লখা এতিয়া বিপদৰ পৰা মুক্ত হোৱানাই কিয়নো চীনত বয়স্ক মানুহৰ তে সংখ্যা অধিক। তেনে প্রবীন লোক অনুৎপাদনশীল হৈ পৰাটো বুলি দেশখনৰ অৰ্থনীতিৰ বাবে ভয়ংকৰ আঘাত হৈ পৰিছে। প্ৰবীন ম খন নাগৰিকক দেশৰ চৰকাৰে পেলন, সামাজিক বীমা আৰু চিত্র চৰৰ বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰিব লাগে। অথচ তেওঁলোকে আর টো দেশৰ উন্নতিৰ বাবে কোনো অৰিহণা যোগাব নোৱাৰে। সেয়ে ভাৰতৰ দৰে জনসংখ্যা বৃদ্ধিয়েই হওক অথবা চীনৰ দৰে অনু টীৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ নেতিবাচকেই হওক, চুবুৰীয়া এই কবি কট বিশাল জনসংখ্যাৰ দেশ দুখন চলিত শতিকাৰ অৰ্ধশতাব্দী দ্বাৰ দীয়া পর্যন্ত সমস্যাৰ পৰা মুক্ত হ'ব নোৱাৰি

No comments