Breaking News

দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ, লেখক মনোজ কুমাৰ শইকীয়াৰ দেহাৱসান



দৈয়াং মহাবিদ্যালয়ৰ উপাধ্যক্ষ, বিশিষ্ট নিবন্ধকাৰ, লেখক মনোজ কুমাৰ শইকীয়াৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন  অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে শইকীয়াই। 

মনোজ কুমাৰ শইকীয়াৰ মৃত্যুৱে সমগ্ৰ দৈয়াং অঞ্চলতে শোকৰ ছাঁ পেলাইছে। 

শইকীয়াৰ মৃত্যু গোলাঘাট জিলা তথা দৈয়াঙৰ বৌদ্ধিক ক্ষেত্ৰখনৰ বাবে  অপূৰণীয় ক্ষতি।

No comments