Breaking News

বি বি চিৰ তথ্যচিত্ৰ সম্প্ৰচাৰত চৰকাৰী বাধাৰ বিৰুদ্ধে আবেদনৰ শুনানি ছুপ্ৰিম ক'ৰ্টে বিচাৰিলে কেন্দ্ৰৰ নিষিদ্ধকৰণৰ নিৰ্দেশ



ডিজিটেল ডেস্ক: বি বি চিৰ তথ্যচিত্ৰ সম্প্ৰচাৰত চৰকাৰী বাধাৰ বিৰুদ্ধে আবেদনৰ শুনানি ছুপ্ৰিম ক'ৰ্টে বিচাৰিলে কেন্দ্ৰৰ নিষিদ্ধকৰণৰ নিৰ্দেশ....ইণ্ডিয়াদা মোডী কুৱেচন ' শীর্ষক ছবিখন বি বি চিয়ে সম্প্ৰচাৰ কৰাৰ পিচতে  ইউটিউবকে ধৰি সকলো সামাজিক মাধ্যমত তথ্যচিত্ৰখনৰ সম্প্ৰচাৰ আৰু লিংক তৎকালীন মুখ্যমন্ত্রী নৰেদ্ৰ মোডীক মেছেজ প্ৰেৰণ নিষিদ্ধ কৰিছিল ।২০০২ চনত গুজৰাট এই সম্পৰ্কীয় সকলো গোচৰৰ পৰা সংঘৰ্ষত হেজাৰোধিক মুছলমানক নৰেদ্ৰ মোডীক দোষমুক্ত কৰা বুলি নৃশংসভাবে হত্যা কৰাৰ লগতে ধন - স্পষ্ট কৰি দিছিল । বি বি চিৰ তথ্যচিত্ৰত হস্তক্ষেপ বুলি তীব্র বিৰোধিতা কৰি গুজৰাট সাম্প্রদায়িক সংঘৰ্ষৰ বাবে আহিছে । ছবিখনৰ নিষিদ্ধকৰণৰ বিৰোধিতা কৰি সাংবাদিক , সম্পাদক এন ৰাম , তৃণমূলৰ সাংসদ মহুৱা মৈত্র আৰু প্ৰশান্ত ভূষণে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল । এম এল শৰ্মা নামৰ এজন আইনজীবীয়ে এখন আবেদন দাখিল কৰি কেন্দ্ৰই নিষিদ্ধকৰণ নির্দেশ নিদিয়াকৈ ছবিখনৰ সম্প্ৰচাৰত বাধা জন্মাইছে বুলি ন্যায়ালয়ক জনাই ছিল । আবেদনকাৰীসকলে তথ্যচিত্ৰখনৰ সম্প্ৰচাৰ বা নিষিদ্ধকৰণৰ প্রত্যাহাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰা এটা অন্তর্বর্তীকালীন নিৰ্দেশ বিচাৰিছিল যদিও বিচাৰপীঠে  নির্দেশ দিবলৈ অস্বীকাৰ কৰে । 

No comments