Breaking News

অসমৰ ৪খন চহৰলৈ হেলিকপ্টাৰ সেৱা


অসমৰ ৪খন চহৰলৈ হেলিকপ্টাৰ সেৱা । আজিৰে অসমৰ চাৰি চহৰৰ মাজত চলিব পৱনহংসৰ হেলিকপ্টাৰ সেৱা। ডিব্ৰুগড়-যোৰহাট-তেজপুৰ-গুৱাহাটীৰ মাজত চলিব হেলিকপ্টাৰ।  পৱনহংস লিমিটেডে আজিৰে পৰা অসমত  আৰম্ভ কৰিব হেলিকপ্টাৰ সেৱা । উড়ান আঁচনিৰ অধীনত ৬টাকৈ স্থানলৈ চলিব এই হেলিকপ্টাৰ সেৱা।  প্ৰথম অৱস্থাত সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে উপলব্ধ হ’ব এই সেৱা। পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশতো আৰম্ভ কৰা হ’ব পৱনহংসৰ হেলিকপ্টাৰ সেৱা।

No comments