Breaking News

কোলাৰ সাংবাদিক ছিদ্দিক কাপ্পান অৱশেষত মুকলি আকাশৰ তললৈ আহিল

 


ডিজিটেল ডেস্ক: ...উত্তৰ প্ৰদেশৰ হাথৰছত ২০২০ চনৰ অক্টোবৰত এগৰাকী কুৰি বছৰীয়া দলিত যুৱতীৰ দলবদ্ধ বলাৎকাৰ - মৃত্যুৰ বাতৰি সংগ্ৰহ কৰিবলৈ আহি গ্ৰেপ্তাৰ হোৱা। আঠাইশ মাহ কোনোধৰণৰ বিচাৰ নোহোৱাকৈ কাৰাগাৰত থাকিবলগীয়া হোৱা কাপ্পানে জে'লৰ পৰা ওলাই তেওঁৰ বিৰুদ্ধে হোৱা বিচাৰক কেঁচা ন্যায় বুলি কৈ কঠোৰ আইনৰ বিৰুদ্ধে যুঁজি যাব বুলি প্ৰকাশ কৰে । কাপ্পানক বাতৰি সংগ্ৰহৰ বাবে অহাৰ সময়ত সন্ত্রাসবাদবিৰোধী ইউ এ পি এ আইনৰ অধীনত দেশদ্ৰোহৰ গোচৰত অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছিল । 

No comments