Breaking News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সফল সামৰণি...

 


ডিজিটেল ডেস্ক:৭০ ৰো অধিক কলেজৰ ১৫ শৰো অধিক ছাত্ৰ - ছাত্ৰীৰ অংশগ্রহণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সফল সামৰণি  অসমীয়া কলা , কৃষ্টি - সংস্কৃতিৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাক্ষৰ বহন কৰি সামৰণি পৰিল ডিগবৈ মহিলা মহাবিদ্যালয়ত অনুষ্ঠিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসব ।যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যুৱ মহোৎসৱৰ আজি বর্ণিল সাংস্কৃতিক শোভাযাত্রা প্রতিযোগিতাৰে সামৰণি পৰিল । প্রায় ৭০ খনৰো অধিক মহাবিদ্যালয়ৰ প্ৰায় ১৫ শতাধিক ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই শোভাযাত্রা উদ্বোধন কৰে শিক্ষাৰ সমানে অসমীয়া কৃষ্টি - সংস্কৃতিৰ সাধনা কৰা যুৱ . স্থানীয় বিধায়ক সুৰেন ফুকনে । প্ৰতিখন অংশগ্রহণকাৰী মহোৎসৱত ভাগ লোৱা এইসকল ছাত্র - ছাত্রীয়ে ভৱিষ্যতে মহাবিদ্যালয়ৰ ছাত্ৰ - ছাত্ৰীয়ে অসমৰ বিভিন্ন জাতি - জনগোষ্ঠীৰ " অসমৰ সংস্কৃতি  দাঙি ধৰি সমগ্ৰ ডিগবৈ চহৰ পৰিভ্ৰমণ কৰে ।  যুৱ মহোৎসৱৰ মূলস্থলী ডিগবৈ মহিলা সাজ - পাৰ , লোক সংস্কৃতি , জয়মতী , গায়ন - বায়নকে আদি মহাবিদ্যালয়ৰ চৌহদত নাছিল এটাও চিকিৎসা কেন্দ্ৰ ।  শিক্ষিত যুৱক - যুৱতীৰ হাতত যে অসমীয়া সংস্কৃতি সুৰক্ষিত তাকেই প্রমাণিত কৰিলে এই যুৱ মহোৎসৱে । 

No comments