Breaking News

নিৰুদ্দেশ হৈ আছে


যোৱা ৮ মাৰ্চ তাৰিখে যোৰহাট জিলাৰ ঢলাজান অঞ্চলৰ চৰাইবাহীৰ পুলিন বৰা নামৰ এজন ব্যক্তি যোৰহাট জিলাৰ অভিমুখে ওলাই যায় । আজি চাৰিদিন ধৰি মানুহ জন ঘৰলৈ ওভতি অহা নাই । কোনো ব্যক্তিয়ে জনোৱা মতে তেখেতে গোলাঘাটৰ গাড়ীৰ কথা সোধা বুলি কয় । সদাশয় কোনো ব্যক্তিয়ে যদি ব্যক্তিগৰাকীক দেখা পাই পৰিয়ালৰ মানুহক যোগাযোগ কৰিবলৈ অনুৰোধ জনালো । যোগাযোগ নম্বৰ - 8638682847 ,  9101561700 

নাম - পুলিন বৰা

ঘৰ - চৰাইবাহী , ঢলাজান ( যোৰহাট ) 

বয়স - ৫৩

No comments