Breaking News

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ২৫% আসন সংৰক্ষণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ



শিক্ষা ব্যৱস্থাক লৈ গুৱাহাটী হাইকৰ্টৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ২৫% আসন সংৰক্ষণৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। দৰিদ্ৰ ছাত্র-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰিব লাগিব এই আসন । বিনামূলীয়াকৈ পঢ়ুৱাব লাগিব দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক। এখন PILৰ শুনানি গ্ৰহণ কৰি ২০২৩ বৰ্ষৰ পৰাই কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে এই নিৰ্দেশনা। শিক্ষা বিভাগক ব্যৱস্থা গ্ৰহণ কৰি ১৪ মাৰ্চৰ ভিতৰত বিজ্ঞাপন প্ৰকাশৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।


No comments