Breaking News

গুৱাহাটী হাইক'ৰ্ট বাৰ এছ'চিয়েচনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা


গুৱাহাটী হাইক'ৰ্ট বাৰ এছ'চিয়েচনৰ নিৰ্বাচনৰ ফলাফল কালি ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি এবছৰীয়া কাৰ্যকালৰ বাবে গঠন হ'বলগীয়া সমিতিখনৰ সভাপতি হিচাপে বিশিষ্ট সংগীতজ্ঞ তথা জ্যেষ্ঠ অধিবক্তা  মৃণাল কুমাৰ চৌধুৰী, সচিবপ্ৰধান হিচাপে গিৰীন পেগু, সম্পাদক হিচাপে নৱ কুমাৰ কলিতা, অনুপম শৰ্মা আৰু ড° অংকিত টুড়ি, উপ-সভাপতি হিচাপে প্ৰাণ বৰা, ৰূপজিৎ দে' নিৰ্বাচিত হৈছে। তদুপৰি ২১ জনীয়া সমিতিখনলৈ কাৰ্যকৰী সদস্য হিচাপে নিৰ্বাচিত হৈছে বহুকেইগৰাকী অধিবক্তা। 

No comments