Breaking News

বিশিষ্ট সংগীত শিল্পী, অধিৱক্তা ঋষিৰাজ শৰ্মা আৰু নাই।



বিশিষ্ট সংগীত শিল্পী, অধিৱক্তা ঋষিৰাজ শৰ্মা আৰু নাই। অসমৰ সংগীত জগতৰ অতি চিনাকি নাম, অমায়িক ব্যক্তিত্ব অধিকাৰী ঋষিৰাজ শৰ্মাপ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে এক দুঃখবৰ। বৃক্কৰোগত আক্ৰান্ত হৈ থকা ঋষিৰাজ শৰ্মাই আজি জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে ।  প্ৰয়াত গণশিল্পী দিলীপ শৰ্মা আৰু সুদক্ষিণ শৰ্মাৰ সুযোগ্য সন্তান আছিল ঋষিৰাজ শৰ্মা । সংগীত সাধনা কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল তেখেত । 

শৰ্মাৰ মৃত্যুত জননী লাইভেও গভীৰ শোক কৰিছোঁ লগতে তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷

No comments