Breaking News

কালিলৈ মুক্তি লাভ কৰিবলগীয়া ৰঘুপতি ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা ন্যায়ালয়ৰ



কালিলৈ মুক্তি লাভ কৰিবলগীয়া ৰঘুপতি ছবিখন অনিৰ্দিষ্টকালৰ বাবে মুক্তিত নিষেধাজ্ঞা ন্যায়ালয়ৰ |

পূৰ্বৰ প্ৰযোজক শৈলেন কুমাৰ শৰ্মাৰ সৈতে হোৱা চুক্তি উলংঘা কৰাৰ অভিযোগ |

শৈলেন কুমাৰ শৰ্মাৰ পুত্ৰ ধৃতিমান শৰ্মাই কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশ আদালতত তৰিছিল গোচৰ |

আজি শুনানিৰ অন্তত ছবিখনি মুক্তিত বাধা প্ৰদান কৰে ন্যায়াধীশে |

No comments