Breaking News

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা



২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা


এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডত


অম্বুবাচীৰ নিবৃত্তি হ'ব ২৬ জুনত


২৬ জুনৰ পুৱা নিত্য পূজাৰ পাছত খোলা হ'ব মন্দিৰৰ দুৱাৰ


 অম্বুবাচীক লৈ শক্তিপীঠত চলিছে ব্যাপক প্ৰস্তুতি


এইবাৰ কেৱল পাণ্ডুতহে থাকিব ভক্তৰ বাবে দুটাকৈ কেম্প


নাৰ্ছাৰীৰ পৰা কামাখ্যালৈ যোৱা পথত থাকিব খোৱাপানীৰ ব্যৱস্থা


ভক্তৰ সুবিধার্থে সমগ্ৰ পথটোত পাৰি দিয়া হ'ব কার্পেট


নিশা ৯ বজাৰ পাছত কামাখ্যাত ভক্তৰ প্ৰৱেশত থাকিব বাধা

No comments